June 14, 2024 11:39 AM June 14, 2024 11:39 AM
14
ইটালীৰ অপুলীয়াত আজি হ’বলগীয়া জি-ছেভেন আউটৰীচ শীৰ্ষ সন্মিলনত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইটালীৰ অপুলীয়াত হ'বলগীয়া জি-ছেভেন আউটৰীচ শীৰ্ষ সন্মিলনত অংশগ্রহণ কৰিব। শ্রীমোডী যোৱা নিশা ইটালীৰ প্ৰধানমন্ত্রী জিঅ'জিয়া মেলনিৰ নিমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত হয়। ভাৰতবৰ্ষক এইবেলি জি-ছেভেন শীর্ষ সন্মিলনলৈ আউটৰীচ ৰাষ্ট্ৰ হিচাপে আমন্ত্রণ জনোৱা হৈছে। প্রধানমন্ত্রী মোডীয়ে এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে আজি বিভিন্ন দেশৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধিৰ জয়ছৱালে সামাজিক মাধ্যমযোগে প্রকাশ ক...