August 23, 2024 6:15 PM August 23, 2024 6:15 PM
4
মহাৰাষ্ট্ৰত পৰহিলৈ ১১ লাখ লাখপতি বাইদেউক প্রমাণপত্ৰ বিতৰণ কৰিব প্রধানমন্ত্ৰীয়ে
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে মহাৰাষ্ট্ৰৰ জলগাঁৱত ১১ লাখ লাখপতি বাইদেউক প্রমাণপত্ৰ বিতৰণ কৰিব। শ্রীমোদীয়ে লগতে বছৰি এক লাখ বা তাতকৈ অধিক ধন উপাৰ্জন কৰা লাখপতি বাইদেউসকলৰ সৈতে বাৰ্তালাপ কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ২,৫০০ কোটি টকাৰ সমুদায় বিনিয়োগ পুঁজি মুকলি কৰিব। ইয়াৰ দ্বাৰা ৪ লাখ ৩ হাজাৰ আত্মসহায়ক গোটৰ প্ৰায় ৪৮ লাখ সদস্য উপকৃত হ'ব। শ্রীমোদীয়ে লগতে ৫ হাজাৰ কোটি টকাৰ এটা বেংক ঋণো মুকলি কৰিব। দেশৰ ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি ৩০ হাজাৰটা স্থানৰ লোকে ভার্চুৱেল ব...