October 21, 2025 7:43 PM
60
সমগ্র বিশ্ব ভালেমান বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতবৰ্ষ সুস্থিৰতা আৰু সংবেদনশীলতাৰ প্ৰতীক হৈ উঠিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দাবী
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সমগ্র বিশ্ব ভালেমান বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতবৰ্ষ সুস্থিৰতা আৰু সংবেদনশীলতাৰ প্ৰতীক হৈ উঠিছে বুলি দাবী কৰিছে। দেৱালী উপলক্ষে দেশৰ জনসাধাৰণলৈ লিখা এখন পত্রত শ্রী মোদীয়ে কয়, যে ভাৰত অদূৰ ভবিষ্যতে বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যবস্থা হোৱাৰ দিশত অগ্ৰসৰ হৈছে। বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ এই যাত্ৰাত দেশৰ নাগৰিক হিচাপে ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য পালন কৰাটো সকলো নাগৰিকৰে প্ৰাথমিক দায়িত্ব বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ কয়, যে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতে অকল ন্যায়ৰ পথ...