May 25, 2025 7:44 PM
12
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত দেশৰ এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ বৈঠক
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত দেশৰ এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বিজেপিৰ সুপ্ৰশাসন বিভাগে আয়োজন কৰা এই বৈঠকত সুপ্রশাসন ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন বিষয় আলোচনা কৰা হয়। বৈঠকত বিজেপি সভাপতি জগত প্রকাশ নাড্ডা, গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে এন ডি এ শাসিত ৰাজ্যৰ ২০ গৰাকী মুখ্যমন্ত্ৰী আৰু ১৮ গৰাকী উপ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। বৈঠকত গ্ৰহণ কৰা দুট...