June 7, 2025 9:36 AM
13
মধ্য এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্কক সদায় অগ্ৰাধিকাৰ দিয়া হয় বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্কক সদায় অগ্ৰাধিকাৰ দিয়া হয় বুলি মন্তব্য কৰিছে। নতুন দিল্লীত কালি কাজাখস্তান, কির্গিজ, তাজিকিস্তান, তুর্কমেনিস্তান আৰু উজবেকিস্তানৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত প্রধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্রী মোদীক দেশকেইখনৰ বৈদেশিক মন্ত্ৰীসকলে চতুর্থ সংখ্যক ভাৰত-মধ্য এছিয়া সন্মিলনত হোৱা ইতিবাচক আৰু উৎপাদনশীল আলোচনাৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সৈতে দেশকেইখনৰ অধিক অর্থনৈতিক আন্তঃসংযোগ...