June 1, 2025 7:47 PM

views 22

নতুন দিল্লীত এছিয়ান ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষ মাছাটো কাণ্ডাৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  বিশেষ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এছিয়ান ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষ মাছাটো কাণ্ডাৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে বিগত এটা দশকত ভাৰতৰ দ্ৰুত পৰিৱৰ্তনে অগণন লোকক সবল আৰু শক্তিশালী কৰি তুলিছে আৰু এই যাত্ৰা অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আমি কাম কৰি আছো। বৈঠকৰ অনাগত সময়ছোৱাত দেশৰ উন্নয়নৰ বাবে আগবঢ়াই নিবলগীয়া বিষয়সমূহ বিতংভাৱে আলোচনা কৰা হয়। বেংকৰ অধ্যক্ষ মাছাটো কাণ্ডাই জনোৱা মতে দিল্লী পৌৰসভাৰ আন্তঃগাঁথনি উন্নয়ন,...