January 15, 2026 10:00 AM

views 19

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কমনৱেলথৰ অধ্যক্ষ আৰু প্রিজাইডিং বিষয়াসকলৰ ২৮ সংখ্যক সন্মিলন উদ্বোধন কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কমনৱেলথৰ অধ্যক্ষ আৰু প্রিজাইডিং বিষয়াসকলৰ ২৮ সংখ্যক সম্মিলন উদ্বোধন কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই সন্মিলনত সভাপতিত্ব কৰিব। ৪২ খন কমনবেল্থ দেশ আৰু ৪ খন অর্ধ স্বায়ত্তশাসিত সংসদৰ ৬১ গৰাকী অধ্যক্ষ আৰু প্রিজাইডিং বিষয়াই এই সন্মিলনত অংশগ্রহণ কৰিব। সম্মিলনত শক্তিশালী গণতান্ত্রিক ব্যৱস্থা বৰ্তাই ৰখাৰ ক্ষেত্ৰত অধ্যক্ষ আৰু প্রিজাইডিং বিষয়াসকলৰ ভূমিকাকে ধৰি সমসাময়িক বিস্তৃত সংসদীয় বিষয়সমূহৰ ওপৰত বিশদ আলোচনা অনুষ্ঠিত কৰা হ'ব। সংসদৰ কাম-কাজত কৃত্রিম বুদ্ধিম...