November 22, 2024 12:01 PM November 22, 2024 12:01 PM

views 4

গায়েনাৰ সৰস্বতী বিদ্যা নিকেতন বিদ্যালয় পৰিদৰ্শন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গায়েনাৰ সৰস্বতী বিদ্যা নিকেতন বিদ্যালয় পৰিদৰ্শন কৰে ৷ এই উপলক্ষে শ্রীমোদীয়ে দুই দশকৰো পূৰ্বে বিদ্যালয়খন ভ্ৰমণৰ কথা সোঁৱৰে আৰু স্বামী আকাশৰানন্দ আৰু তেওঁৰ দলে শিক্ষাৰ্থীৰ মাজত পৰম্পৰাগত ভাৰতীয় মূল্যবোধ আৰু সংস্কৃতিৰ বীজ সিঁচি দিয়াৰ লগতে সামগ্রিক শিক্ষাৰ দিশতো যোগোৱা অৰিহণাৰ শলাগ লয়।