August 10, 2025 11:18 AM
16
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে বেংগালুৰুৰ কে. এছ. আৰ. ষ্টেচনৰ পৰা পতাকা জোকাৰি ৩ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই ৰে'লগাড়ী ৩ খন বেংগালুৰুৰ পৰা বেলগাৱী, অমৃতসৰৰ পৰা শ্ৰীমাতা বৈষ্ণ’দেৱী আৰু নাগপুৰৰ অজনিৰ পৰা পুনেৰ মাজত চলাচল কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু মেট্ৰৰ য়েল্লো লাইনেৰে ৰে'ল চলাচলৰ শুভাৰম্ভ কৰিব আৰু ৰাগিগুড্ডাৰ পৰা ইলেকট্ৰনিক চিটি মেট্র ষ্টেচনলৈ মে’ট্ৰ ৰে'লেৰে যাত্ৰা কৰিব। প্রধানমন্ত্রীয়ে লগ...