December 13, 2025 11:45 AM

views 17

ত্রিদেশীয় ভ্রমণসূচীৰে সোমবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ত্রিদেশীয় ভ্রমণসূচীৰে অহা সোমবাৰে জৰ্ডান, ইথিওপিয়া আৰু ওমানলৈ যাব। নতুন দিল্লীত কালি সন্ধিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দক্ষিণৰ সচিব ড০ নীনা মালহোত্রাই প্রধানমন্ত্ৰীৰ ভ্রমণ সন্দৰ্ভত সাংবাদিকৰ আগত কয়, যে ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ১৫ৰ পৰা ১৬ ডিচেম্বৰলৈ জর্ডানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ আমন্ত্রণমৰ্মে দেশখন ভ্ৰমণ কৰিব। উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্কই এইবাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। ভাৰত আৰু জৰ্ডানৰ মাজত শক্তিশালী অর্থনৈতিক সম্পর্ক...

November 13, 2025 8:34 PM

views 20

১৯ নৱেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কইম্বাতুৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৯ নৱেম্বৰত তামিলনাডুৰ কইম্বাতুৰলৈ যাব। এই ভ্ৰমণ কালত শ্ৰীমোদীয়ে তামিলনাডুৰ কৃষক সংস্থাসমূহে আয়োজন কৰা দক্ষিণ ভাৰত প্ৰাকৃতিক শীৰ্ষ সন্মিলনত ভাষণ দিব। প্রধানমন্ত্ৰীয়ে লগতে জৈৱিক কৃষিত বিশেষ দক্ষতা থকা দাক্ষিণাত্যত বিভিন্ন ৰাজ্যৰ ৫০গৰাকী বিজ্ঞানীৰ সৈতে মত বিনিময় কৰিব। শীৰ্ষ সন্মিলনত প্রাকৃতিক খেতি প্ৰসাৰৰ বাবে নীতি-নিয়ম প্ৰস্তুত কৰা হ'ব। শীৰ্ষ সন্মিলনত আয়োজক সমিতিৰ সমন্বয়ক পি আৰ পাণ্ডিয়নে কয় যে ইয়াৰ জৰিয়তে সজাগতা বৃদ্ধি পাব আৰু প্ৰাকৃতিক তথা পুনৰুজ্জ্বীৱি...