November 9, 2025 7:56 PM November 9, 2025 7:56 PM

views 19

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উত্তৰাখণ্ডৰ ডেৰাদুনত ৮১৪০ কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ ডেৰাদুনত ৰাজ্যখনৰ প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে শ্রী মোদীয়ে ৮১৪০ কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহ খোৱাপানী, জলসিঞ্চন, কাৰিকৰী শিক্ষা, শক্তি, নগৰ উন্নয়ন, ক্রীড়া আৰু দক্ষতা বিকাশকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ সৈতে জড়িত। প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শ্রী মোদীয়ে ২৮ হাজাৰৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ ৬২ কোটিতকৈও অধিক টকাৰ বিত্তীয় সাহায্য মুকলাই...

November 9, 2025 11:49 AM November 9, 2025 11:49 AM

views 25

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি উত্তৰাখণ্ডত ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উত্তৰাখণ্ডৰ ৰাজ্য গঠনৰ ৰূপালী জয়ন্তী উপলক্ষে আযোজিত এটা অনুষ্ঠান অংশগ্ৰহণ কৰাৰ উদ্দেশে আজি ডেৰাডুণলৈ যাব। ভ্রমণকালত প্রধানমন্ত্রীয়ে এটা স্মাৰক ডাক টিকট মুকলি কৰিব আৰু এখন সমাবেশত ভাষণ দিব। শ্রীমোদীয়ে লগতে ৯৩০ কোটিৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন কৰিব আৰু ৭২০০ কোটিৰো অধিক টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পসমূহ খোৱা পানী যোগান, জল সিঞ্চন, কাৰিকৰী শিক্ষা, শক্তি, নগৰ উন্নয়ন, ক্রীড়া আৰু দক্ষতা বিকাশৰ সৈতে জৰিত। ভ্রমনকা...