December 6, 2024 10:59 AM December 6, 2024 10:59 AM
12
বিকশিত ভাৰত কুইজ প্রতিযোগিতাত অংশগ্ৰহণৰ সময়সীমা ১০ ডিচেম্বৰলৈ বৃদ্ধি
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই চলিত বিকশিত ভাৰত কুইজ প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়সীমা অহা ১০ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে বুলি ঘোষণা কৰিছে। যুৱক-যুৱতীসকলে এই কুইজ প্রতিযোগিতাত ভাগ লোৱাৰ বাবে মাই ভাৰত প্লেটফৰ্ম চাব পাৰে। উল্লেখযোগ্য যে, ১৫ৰ পৰা ২৯ বছৰ বয়সৰ সকলো যুৱক-যুৱতীয়ে এই প্ৰতিযোগিতাত ভাগ লৈ বিকশিত ভাৰতৰ বাবে নিজৰ ধাৰণাসমূহ প্ৰকাশ কৰিব পাৰে। এই প্ৰতিযোগিতাত বিজয়ীসকলে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১১ আৰু ১২ জানুৱাৰীত হ'বলগীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন...