October 20, 2025 5:31 PM

views 24

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ‘গর্ব ছে কহো য়ে স্বদেশী হেয়’ বাৰ্তাৰে উজ্জীবিত হ’বলৈ সকলোকে আহ্বান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্রী ক্ৰয় কৰি ১৪০ কোটি ভাৰতীয়ৰ পৰিশ্ৰমক উদযাপন কৰিবলৈ আহ্বান জনাইছে। শ্রীমোদীয়ে লগতে সকলোকে উৎসৱৰ সময়ত ক্রয় কৰা সামগ্ৰীসমূহৰ বিষয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰিবলৈও আহ্বান জনায়। এনে ব্যবস্থাই আনকো এনে পদক্ষেপ ল'বলৈ অনুপ্রাণিত কৰিব বুলি তেওঁ উল্লেখ কৰে। মাই গভ ইণ্ডিয়াৰ এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই ভাৰতত উৎপাদিত সামগ্রী ক্ৰয় কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি প্রধানমন্ত্রী মোদীয়ে 'গর্ব ছে কহো য়ে স্বদেশী হেয়' বাৰ্তাৰে উজ্জীবিত হ'বলৈ সকল...

October 20, 2025 11:13 AM

views 47

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্রী ক্রয় কৰি ১৪০ কোটি ভাৰতীয়ৰ পৰিশ্ৰমক উদযাপন কৰিবলৈ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্রী ক্রয় কৰি ১৪০ কোটি ভাৰতীয়ৰ পৰিশ্ৰমক উদযাপন কৰিবলৈ আহ্বান জনাইছে। শ্রীমোদীয়ে লগতে সকলোকে উৎসৱৰ সময়ত ক্ৰয় কৰা সামগ্ৰীসমূহ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিবলৈও আহ্বান জনায়। এনে ব্যৱস্থাই আনকো এনে পদক্ষেপ ল'বলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ উল্লেখ কৰে। মাই গভ ইণ্ডিয়াৰ এটা পষ্টৰ উত্তৰ দি প্রধানমন্ত্রী মোদীয়ে ভাৰতত উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। সমগ্র দেশজুৰি থলুৱা উদ্যোগ আৰু কাৰিকৰসকলৰ বিকাশৰ বাবে চলি থ...