September 7, 2025 8:53 PM
14
আধ্যাত্মিক গুৰু শ্ৰী নাৰায়াণ গুৰুৰ জন্ম বার্ষিকীত তেওঁৰ দৃষ্টিভংগীক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্মৰণ
ভাৰতীয় দার্শনিক তথা আধ্যাত্মিক গুৰু শ্ৰী নাৰায়াণ গুৰুৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ দৃষ্টিভংগী আৰু সমাজত তেওঁৰ প্ৰভাবৰ কথা স্মৰণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে তেওঁৰ সমতা, দয়া আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ শিক্ষাই সমাজখনক ব্যাপকভাৱে অনুপ্ৰাণিত কৰে। তেওঁ লগতে কয়, যে শ্ৰী নাৰায়াণ গুৰুৰ সামাজিক সংস্কাৰ আৰু শিক্ষা গ্ৰহণৰ আহ্বানে প্ৰজন্মৰ পাছত প্ৰজন্মক উৎসাহিত কৰি আহিছে।