December 15, 2024 6:38 PM
10
লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ মৃত্যুবার্ষিকীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ মৃত্যু বার্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্রী শ্রীমোদীয়ে প্ৰকাশ কৰে, যে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ব্যক্তিত্ব আৰু কৰ্মৰাজি দেশৰ ঐক্য আৰু অখণ্ডতা তথা উন্নত ভাৰতৰ সংকল্প সাধনৰ বাবে সদায়ে এক প্ৰেৰণা হৈ থাকিব। গৃহ মন্ত্ৰী অমিত শ্বাহেও আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ মৃত্যুবার্ষিকীত শ্ৰদ্ধা জ্ঞাপন কৰিছে। ৫৫০ খনতকৈও অধিক ৰজাৰ শাসন থকা স্বাধীন ৰাজ্যসমূহক একত্ৰিত কৰি আধুনিক ভাৰত সৃষ্টিৰ আধাৰশিলা স্থাপন কৰাৰ বাবে ...