August 29, 2024 8:54 PM

views 18

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মহাৰাষ্ট্ৰৰ মুম্বাই আৰু পালঘৰ ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মহাৰাষ্ট্ৰৰ মুম্বাই আৰু পালঘৰ ভ্ৰমণ কৰিব। মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনচন চেণ্টাৰত দিনৰ প্ৰায় ১১ বজাত শ্ৰী মোদীয়ে গ্লোবেল ফিনটেক সমাৰোহক সম্বোধন কৰিব। দিনৰ দ্বিতীয়ার্ধত তেওঁ পালঘৰৰ চিডকো গ্রাউণ্ডত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে পালঘৰত প্ৰায় ৭৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ৱাধৱন বন্দৰৰ আধাৰশিলা স্থাপন কৰিব। তদুপৰি শ্ৰী মোদীয়ে প্ৰায় এহেজাৰ ৫৬০ কোটি ব্যয় সাপেক্ষ ২১৮টা মীন পালন প্ৰকল্পৰ...