February 8, 2025 9:18 PM February 8, 2025 9:18 PM
3
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্রমণসূচীৰে পৰহিলৈ ফ্ৰান্সলৈ ৰাওনা হ’ব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া ভ্রমণসূচীৰে পৰহিলৈ ফ্ৰান্সলৈ ৰাওনা হ'ব। এই ভ্রমণ কালত শ্রীমোদীয়ে পেৰিচত হ'বলগীয়া কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে সহ-অধ্যক্ষতা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সচিব বিক্ৰম মিশ্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ কথা জানিবলৈ দি কালি কয় যে শ্ৰীমোদীয়ে অহা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রীমোদীয়ে এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা। প্রধানমন্ত্ৰ...