September 16, 2024 12:26 PM

views 17

গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ আৰ ই বিনিয়োগ গোলকীয় ঔদ্যোগিক বৈঠক আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ আৰ ই বিনিয়োগ গোলকীয় ঔদ্যোগিক বৈঠক মুকলি কৰিব। শ্রীমোদীয়ে আহমদাবাদৰ পৰা গান্ধীনগৰ তথা জি আই এফ টি মহানগৰ সংযোগী আহমদাবাদ মেট্ৰ'ৰ দ্বিতীয় পর্যায়ো মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰিব। শ্রী মোদীয়ে আহমদাবাদ আৰু ভূজৰ মাজৰ প্ৰথমখন বন্দে ভাৰত মেট্ৰ' ৰে'লকে ধৰি ৮ হাজাৰ কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ ...