June 30, 2024 7:40 PM

views 19

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ তিনিখন গ্ৰন্থ  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্মোচন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভার্চুৱেল ব্যৱস্থাৰে দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন আৰু কৰ্ম সামৰি ৰচনা কৰা তিনিখন গ্ৰন্থ উন্মোচন কৰে। শ্ৰীনাইডুৰ ৭৫ বছৰীয়া জন্মদিনৰ সৈতে সংগতি ৰাখি এই গ্রন্থ তিনিখন উন্মোচন কৰা হয়। হায়দৰাবাদৰ গাছিবউলিৰ অন্বয়া প্ৰক্ষাগৃহত এই উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। গ্রন্থকেইখন উন্মোচন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভেংকয়া নাইডুৱে কাইলৈ ৭৫ বছৰ সম্পূৰ্ণ কৰিব। এই ৭৫ বছৰত তেওঁ দেশৰ ৰাজনীতিৰ বহু উত্থান-পতনৰ সাক্ষী হৈছে। উল্লেখযোগ্...

June 29, 2024 6:46 PM

views 15

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন-কৰ্মভিত্তিক ৩খন গ্ৰন্থ উন্মোচন কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন আৰু কৰ্মক সামৰি ৰচনা কৰা তিনিখন গ্ৰন্থ উন্মোচন কৰিব। শ্রীনাইডুৰ ৭৫ বছৰীয়া জন্মদিনৰ লগত সংগতি ৰাখি গ্ৰন্থ তিনিখন উন্মোচন কৰিবলৈ লোৱা হৈছে। হায়দৰাবাদৰ গাছিবউলিৰ অন্বয়া প্ৰেক্ষাগৃহত প্রাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ জন্মদিন উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্রধানমন্ত্ৰীয়ে উন্মোচন কৰিবলগীয়া গ্ৰন্থকেইখন হৈছে— আগশাৰীৰ কাকত দি হিন্দুৰ হায়দৰাবাদ সংস্কৰণৰ প্রাক্তন আৱাসিক সম্পাদক ...