October 30, 2024 12:05 PM

views 11

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে আজি গুজৰাটলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ যাব। তেওঁ একতা নগৰত ২৮০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান আন্তঃগাঁথনি আৰু উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। পৰ্যটকৰ সুবিধা আৰু যাত্ৰা সুগম কৰি তোলাৰ লগতে এলেকাটোত বহনক্ষমতা প্ৰচেষ্টাৰ প্ৰতি সহায় আগবঢ়োৱাই এই প্ৰকল্পৰ মূল উদ্দেশ্য। শ্রীমোদীয়ে লগতে আৰম্ভ পাঠ্যক্ৰমৰ ষষ্ঠ পৰ্যায়ত ৯৯ সংখ্যক উমৈহতীয়া প্ৰাৰম্ভিক পাঠ্যক্ৰমৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলকো সম্বোধন কৰিব। এই বছৰ এই কাৰ্যসূচীৰ মূল বিষয়বস্তু হৈছে আত্মনিৰ্ভৰ আৰু...