October 29, 2024 12:11 PM

views 22

নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাস্থ্য খণ্ডৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে ১২ হাজাৰ ৮৫০ কোটি টকাৰো অধিক ধন ব্যয় সাপেক্ষ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অন্যান্য ভালেমান প্রকল্প মুকলি কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৭০ বছৰ আৰু তাতকৈ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সম্প্ৰসাৰিত স্বাস্থ্য সেৱাৰ সুবিধা মুকলি কৰিব। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সৈতে অতিৰিক্তভাৱে সংযোজিত এই উদ্যমে যিকোনো উপাৰ্জনৰ জ্যেষ্ঠ নাগৰিকসকলক স্বাস্থ্য...