August 20, 2025 1:16 PM

views 8

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহি বিহাৰৰ গয়াত আউণ্টা-ছিমাৰীয়া প্ৰকল্পৰ উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহি বিহাৰৰ গয়াত আউণ্টা-ছিমাৰীয়া প্ৰকল্পৰ উদ্বোধন কৰিব। এই প্ৰকল্পৰ অধীনত গংগা নদীৰ ওপৰত পাটনা জিলাৰ মকামা আৰু বেগুচৰাই সংযোগী এখন ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং নিৰ্মাণ কৰা হৈছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সদস্য অনিল চৌধাৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, যে এই নতুন দলংখন দুই লেনযুক্ত ৰাজেন্দ্ৰ সেতুৰ সমান্তৰালকৈ নিৰ্মাণ কৰা হৈছে। তেওঁ লগতে কয়, যে নতুন দলংখনে উত্তৰ বিহাৰ আৰু দক্ষিণ বিহাৰৰ মাজত প্ৰায় ১০০ কিলোমিটাৰ পৰ্যন্ত দূৰত্ব হ্ৰাস কৰিব। ২০১৭ চনত প্ৰধান...