August 22, 2024 12:05 PM

views 10

পোলেণ্ডৰ ৱাৰশ্ব’ত প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রতিনিধি পৰ্যায়ৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পোলেণ্ডৰ ৰাজধানী ৱাৰশ্ব’ত দেশখনৰ প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কৰ সৈতে প্রতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। আলোচনাকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা চলোৱাৰ লগতে ভালেমান বিষয় লৈ মতবিনিময় কৰাৰ সম্ভাৱনা আছে। দুয়ো পক্ষৰ মাজৰ এই বৈঠকে অন্য বিকল্প অন্বেষণৰো সুযোগ প্ৰদান কৰিব। শ্রীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আন্দ্ৰেজ ডুডাকো সাক্ষাৎ কৰিব। ইয়াৰ পূর্বে প্রধানমন্ত্রী মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব। তেওঁ লগতে অজ্ঞাত সৈনিকৰ স্মাৰকত পুষ্পার্ঘ্য নিবেদন কৰি...