January 15, 2025 10:47 AM

views 17

যুদ্ধ জাহাজ আই এন এছ ছুৰাট আৰু আই এন এছ নীলগিৰিৰ লগতে আই এন এছ বাঘচি ছাবমেৰিন ৰাষ্ট্ৰৰ নামত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা উৎসৰ্গা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত দুখন যুদ্ধ জাহাজ আই এন এছ ছুৰাট আৰু আই এন এছ নীলগিৰিৰ লগতে আই এন এছ বাঘচিৰ নামৰ এখন ছাবমেৰিন ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। পোনপ্ৰথমবাৰৰ বাবে এইবাৰ ভাৰতীয় নৌসেনা বাহিনীত একেলগে তিনিখন উচ্চ প্রযুক্তিসম্পন্ন বাহন অন্তৰ্ভুক্ত কৰা হৈছে। সামুদ্ৰিক নিৰাপত্তা আৰু প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ নেতৃস্থানীয় ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত নৌসেনা বাহিনীৰ এই তিনিখন বাহনৰ সংযোজনে এক বিশেষ মাত্ৰা প্ৰদান কৰিব। আই এন এছ ছুৰাটত বিশেষ ক্ষেপণাস্ত্ৰ ধ্বংসকাৰী...