July 27, 2024 12:24 PM July 27, 2024 12:24 PM
4
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠক
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠক অনুষ্ঠিত । এইবাৰৰ বৈঠকৰ বিষয়বস্তু হৈছে "বিকশিত ভাৰত@২০৪৭’-ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ। নিটি আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি এই বৈঠকৰ লক্ষ্য হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সহযোগিতা গঢ়ি তোলাৰ লগতে গাঁও-নগৰ উভয় ক্ষেত্ৰতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰা। এই বৈঠকত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ ভূমিকা সম্পৰ্কেও বিশদভাৱে আলোচনা কৰা হ'ব৷ ন...