December 23, 2025 12:35 PM

views 28

গোৱাৰ জিলা পঞ্চায়তৰ নিৰ্বাচনত বিজেপি-এম জি পিৰ মিত্রজোঁটে লাভ কৰা সমর্থনৰ বাবে গোৱাবাসীক প্ৰধানমন্ত্ৰী মোদীৰ ধন্যবাদ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ জিলা পঞ্চায়তৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু মহাৰাষ্ট্ৰবাদী গোমান্তক পার্টী মিত্রজোঁটে লাভ কৰা সমর্থনৰ বাবে গোৱাবাসীক ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয়, যে ইয়াৰ ফলত ৰাজ্যখনৰ উন্নয়নৰ বাবে এন ডি এৰ প্ৰচেষ্টা সফল হ'ব। তেওঁ কয়, যে এন ডি এয়ে এই সুন্দৰ ৰাজ্যখনৰ জনসাধাৰণৰ সপোন আৰু আকাংক্ষাসমূহ বাস্তৱায়িত কৰিবলৈ প্ৰতিশ্রুতিবদ্ধ। শ্রীমোদীয়ে কয়, যে দলীয় কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলতেই এনে প্ৰশংসনীয় ফলাফল লাভ কৰিবলৈ সমৰ্থ হৈছ...