December 13, 2025 9:41 PM
7
কেৰালাৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে ৰাজ্যখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃতজ্ঞতা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে ৰাজ্যখনৰ জনসাধাৰণক কৃতজ্ঞতা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে কয়, যে তিৰুৱাননন্তপুৰ পৌৰনিগমত এন ডি এৰ হকে ভোটদান কৰাটো ৰাজ্যখনৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ দিশ বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তিৰুৱাননন্তপুৰমৰ বিকাশৰ লগতে জনসাধাৰণৰ জীৱন-ধাৰণ সহজসাধ্য কৰি তোলাৰ বাবে দলটোৱে কাম কৰি যাব বুলি প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰী মোদীয়ে লগতে নিৰ্বাচনৰ সময়ত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে ...