April 6, 2025 8:41 PM
13
দেশৰ চাৰিওটা কোণ সংযুক্ত কৰাৰ অৰ্থে বিগত ১০ বছৰত চৰকাৰে আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যে প্রয়াস চলাই অহা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ
দেশৰ চাৰিওটা কোণ সংযুক্ত কৰাৰ অৰ্থে বিগত ১০ বছৰত চৰকাৰে আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যে প্রয়াস চলাই অহা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তামিলনাডুত এখন সমুদ্র দলং মুকলি আৰু ৮,৩০০ কোটি টকা ব্যয় সাপেক্ষ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি, শ্রীমোদীয়ে কয়, যে তামিলনাডুৰ উন্নয়নে দেশৰ উন্নয়নৰ যাত্ৰাত অৰিহণা আগবঢ়াইছে। এই প্রকল্পসমূহ জনসাধাৰণলৈ ৰাম নৱমীৰ উপহাৰ বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে ভূতপূৰ্ব ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ ৰামেশ্বৰমত জ...