June 29, 2025 11:15 AM

views 15

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে মত বিনিময় কৰে। তেওঁ বৰ্তমান দেশৰ পৰা বহু দূৰত আছে যদিও দেশবাসীৰ অন্তৰত আছে বুলি উল্লেখ কৰি মহাকাশচাৰীগৰাকী এই যাত্ৰাই নতুন যুগৰ শুভাৰম্ভ কৰিলে বুলি মন্তব্য কৰে। প্ৰদক্ষিণ কৰাটো ভাৰতৰ শতিকা পুৰণি পৰম্পৰা বুলি অভিহিত কৰি শ্ৰী মোদীয়ে কয়, যে শুক্লাই পৃথিৱীৰ প্ৰদক্ষিণ কৰা বিৰল সুযোগ লাভ কৰিছে। প্রধানমন্ত্রীয়ে গ্রুপ কেপ্টেইন শুক্লাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে শ্ৰী শ...