November 16, 2025 8:12 PM

views 44

দেশৰ বাবে কাম কৰিলে অথবা নতুন অৱদান আগবঢ়ালে সৃষ্টি হোৱা অনুভূতি অনুপ্ৰেৰণাৰ অপৰিসীম উৎস হৈ পৰিব পাৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্রকাশ

দেশৰ বাবে কাম কৰিলে অথবা নতুন অৱদান আগবঢ়ালে সৃষ্টি হোৱা অনুভূতি অনুপ্ৰেৰণাৰ অপৰিসীম উৎস হৈ পৰিব পাৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কালি চুৰাটত দেশৰ প্রথমটো বুলেট ট্রেইন প্রকল্প ৰূপায়ণ কৰি থকা গোটটোৰ সৈতে মত বিনিময় কৰাৰ লগতে ইয়াৰ পর্যালোচনা কৰি শ্রীমোদীয়ে এইদৰে কয়। তেওঁ ভাৰতৰ মহাকাশ অভিযানৰ বিষয়ে উল্লেখ কৰি কয় যে দেশৰ প্ৰথমটো উপগ্রহ উৎক্ষেপন কৰাৰ সময়ত বিজ্ঞানীসকলে কেনে অনুভৱ কৰিছিল আৰু আজি শ-শ উপগ্রহ উৎক্ষেপন কৰা হৈছে। প্রধানমন্ত্রীয়ে বুলেট ট্রেইন প্রকল্পটোৰ অগ্ৰগতিৰ বিষয়ে বুজ ...