October 26, 2025 8:37 PM
47
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকা ভাৰত আৰু আচিয়ানৰ শতিকা বুলি অভিহিত কৰিছে
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকা ভাৰত আৰু আচিয়ানৰ শতিকা বুলি অভিহিত কৰিছে। মালয়েছিয়াত অনুষ্ঠিত আছিয়ান ভাৰত শীর্ষ সন্মিলনত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্রধানমন্ত্রীয়ে আজি কয় যে ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰীগোষ্ঠীয়ে বিশ্বৰ প্রায় এক চতুর্থাংশ জনসংখ্যাক প্রতিনিধিত্ব কৰে। তেওঁ কয়, যে ভাৰত আৰু আছিয়ান ৰাষ্টসমূহ অকল ভৌগলিকভাৱেহে সংযুক্ত নহয় বৰং ঐতিহাসিক সম্পৰ্ক আৰু উমৈহতীয়া প্ৰমূল্যৰ ডোলেৰে বান্ধ খাই আছে। শ্রীমোদীয়ে কয় যে বৰ্তমানৰ অনিশ্চয়তাৰে ভৰা এই সময়তো ভাৰত আছিয়ান সর্বাত্মক কৌশলগত সহযোগিতা ক্রম...