December 15, 2024 11:26 AM

views 12

এখন ৰাষ্ট্ৰ, এখন ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, এখন ৰাষ্ট্ৰ, এটা গ্ৰীড আৰু সৰ্বাত্মক আন্তঃগাঁথনি উন্নয়ন প্রক্রিয়াই দেশৰ জনসাধাৰণক যথেষ্ট সহায় কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, এখন ৰাষ্ট্ৰ, এখন ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, এখন ৰাষ্ট্ৰ, এটা গ্ৰীড আৰু সৰ্বাত্মক আন্তঃগাঁথনি উন্নয়ন প্রক্রিয়াই দেশৰ জনসাধাৰণক যথেষ্ট সহায় কৰিছে। দেশৰ দ্ৰুত অর্থনৈতিক সম্প্ৰসাৰণ সন্দৰ্ভত শ্ৰী মোদীয়ে কয়, যে ভাৰত নিজকে উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ বদ্ধ পৰিকৰ আৰু দেশখন অনাগত সময়ত বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হ'ব। বিগত ৭৫ বছৰত সংবিধানৰ গৌৰৱময় যাত্ৰাৰ ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে এই যাত্ৰা দেশৰ বাবে সঁচাকৈ গৌৰৱৰ বিষ...