December 15, 2024 11:29 AM

views 19

সংবিধানক দেশৰ একতাৰ মূল স্তম্ভ বুলি অভিহিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানক দেশৰ একতাৰ মূল স্তম্ভ বুলি অভিহিত কৰিছে। বৈচিত্ৰ্যৰ মাজত একতাক দেশৰ অনন্য বৈশিষ্ট আখ্যা দি প্রধানমন্ত্রীয়ে কয়, যে তেওঁৰ চৰকাৰে দেশৰ একতা শক্তিশালী কৰি তোলাৰ বাবে ভালেমান নীতি আৰু সিদ্ধান্ত গ্ৰহণ কৰিছে। মৌলিক কৰ্তব্যসমূহ পালন কৰিহে উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্রীয়ে কালি লোকসভাত সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্রাক সম্পৰ্কীয় বিশেষ বিতৰ্কৰ উত্তৰ দি এইদৰে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয়, যে তেওঁৰ চৰকাৰ উমহৈতী...