December 30, 2025 8:28 PM

views 15

ভাৰত সংস্কাৰ এক্সপ্ৰেছেৰে অগ্ৰসৰ হৈছে আৰু গোলকীয় আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্ৰকাশ

ভাৰত সংস্কাৰ এক্সপ্ৰেছেৰে অগ্ৰসৰ হৈছে আৰু গোলকীয় আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা প্ৰৱন্ধত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে সম্প্রতি সমগ্র বিশ্বই আশা আৰু বিশ্বাসেৰে চাবলৈ লৈছে। তেওঁ কয়, যে বিশ্বই পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ বলত ভাৰতে লাভ কৰা বিকাশৰ গতিৰ ভূয়সী প্রশংসা কৰিছে। দেশৰ জনগাঁথনি, যুৱ প্ৰজন্ম আৰু দেশবাসীৰ অদম্য মনোভাৱ এই সংস্কাৰ এক্সপ্ৰেছৰ মূল চালিকা শক্তি বুলি প্রধানমন্ত্রীয়ে মন্তব্য কৰে। শ্রীমোদীয়ে কয়, যে ২০২৫ বৰ্ষক ভাৰতৰ বা...