December 7, 2025 11:12 AM December 7, 2025 11:12 AM

views 3

ভাৰত সম্প্ৰতি বিশ্বৰ বাবে উচ্চ বিকাশ আৰু কম মুদ্রাস্ফিতিৰ আৰ্হি ৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

ভাৰত সম্প্ৰতি বিশ্বৰ বাবে উচ্চ বিকাশ আৰু কম মুদ্রাস্ফিতিৰ আৰ্হি ৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয়, যে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ভূমাষিক সময়ছোৱাত লাভ কৰা মুঠ ঘৰুৱা উৎপাদনৰ ৮ শতাংশৰ বিকাশ হাৰে দেশৰ বৰ্ধিত প্ৰগতিৰ কথাকে সূচায়। তেওঁ কয়, যে এয়া অকল পৰিসংখ্যাই নহয় বৰং শক্তিশালী স্থূল অর্থনীতিৰ প্ৰতীক আৰু ই গোলকীয় অর্থ ব্যৱস্থাৰ চালিকা শক্তি হিচাপে ভাৰতৰ স্থিতিকে প্ৰতিফলিত কৰে। গোলকীয় পৰ্যায়ত ভাৰতৰ...