November 23, 2025 8:06 PM

views 20

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীর্ষ সন্মিলনৰ সামৰণি সত্ৰত গুৰুত্বপূৰ্ণ প্রযুক্তিসমূহক উদগণি যোগোৱাৰ উদ্দেশ্যে বুনিয়াদি পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূর্ণ প্রযুক্তিসমূহক উদগণি যোগোৱাৰ উদ্দেশ্যে বুনিয়াদি পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। জোহান্সবার্গত আজি জি-২০ নেতৃবৰ্গৰ শীর্ষ সম্মিলনৰ তৃতীয় সত্ৰত "সকলোৰে বাবে নিৰপেক্ষ আৰু ন্যায়পূর্ণ ভবিষ্যত- গুৰুত্বপূর্ণ খনিজ, উপযুক্ত কার্য, কৃত্রিম বুদ্ধিমত্তা বিষয়ত ভাষণ দি তেওঁ কয় যে প্রযুক্তি সদায় বিত্তকেন্দ্ৰীক হোৱাৰ পৰিৱৰ্তে মানৱতাকেন্দ্ৰীক হ'ব লাগে। ই ৰাষ্ট্ৰীয় পৰ্যায়ৰ হোৱাৰ বিপৰীতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ হ'ব লাগে আৰু বিশিষ্ট আৰ্হিৰ পৰিৱৰ্তে মুকলি উৎসৰ ...