October 28, 2024 11:55 AM

views 23

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড্রো ছানচেজৰ চি-২৯৫ সামৰিক বিমানৰ টাটা এয়াৰক্ৰাফ্‌ট কমপ্লেক্স মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড্রো ছানচেজে আজি যুটীয়াভাৱে বদোদৰাত চি-২৯৫ সামৰিক বিমানৰ বাবে টাটা এয়াৰক্ৰাফ্‌ট কমপ্লেক্স মুকলি কৰে। এয়া ভাৰতৰ সামৰিক বিমানৰ বাবে প্ৰথমটো ব্যক্তিগত খণ্ডৰ ফাইনেল এছেম্বলি লাইন। এই কাৰ্যসূচীত টাটাৰ উপৰি ভাৰত ইলেকট্ৰনিকছ লিমিটেড আৰু ভাৰত ডায়নেমিকছ লিমিটেডৰ দৰে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ অগ্ৰণী গোটসমূহৰ লগতে ব্যক্তিগত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহেও অৰিহণা যোগায়। আকাশবাণী আহমেদাবাদাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি বদোদৰাত উপস্থিত হোৱাৰ পা...