October 5, 2025 7:06 PM

views 30

প্রধানমন্ত্রী সেঁতু আঁচনিৰ জৰিয়তে বিশ্বৰ দক্ষতাৰ চাহিদাৰ সৈতে দেশৰ যুৱক-যুৱতীসকলক সংযোগ কৰা হ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্রধানমন্ত্রী সেঁতু আঁচনিৰ জৰিয়তে বিশ্বৰ দক্ষতাৰ চাহিদাৰ সৈতে দেশৰ যুৱক-যুৱতীসকলক সংযোগ কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে এই আঁচনিৰ অধীনত বৰ্তমানৰ উদ্যোগীক দক্ষতাৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে অহা ১০ বছৰৰ ভিতৰত ভৱিষ্যতৰ চাহিদাৰ পূৰ্বানুমান কৰিবলৈ উদ্যোগিক প্ৰতিষ্ঠানৰ নেটৱৰ্ক গঢ়ি তোলা হৈছে। কালি নতুন দিল্লীত কৌশল দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি পি এম সেঁতু আঁচনিৰ বিষয়ে ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। এই অনুষ্ঠানত শ্রীমোদীয়ে যুৱ প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি ৬...