September 20, 2025 10:12 PM September 20, 2025 10:12 PM

views 12

আহমেদাবাদৰ সমীপৰ লোথালত নির্মীয়মাণ ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

গুজৰাট ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ সমীপৰ প্ৰাচীন নগৰ লোথাললৈ যায় আৰু লোথালত নির্মীয়মান ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায়। প্রধানমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকতো ভাগ লয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদ ৪ হাজাৰ ৫ শ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে। সমগ্ৰ বিশ্বতে ভাৰতৰ সামুদ্রিক শক্তিৰ বিষয়ে অৱগত কৰোৱাই হৈছে এই ঐতিহ্য চৌহদ নিৰ্মাণৰ মূল লক্ষ্য। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গ...