October 30, 2024 8:17 PM

views 17

উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় যুৱক-যুৱতীসকলক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়ঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় যুৱক-যুৱতীসকলক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। শ্রীমোদীয়ে গীটহাবৰ মুখ্য কাৰ্যবাহী বিষয়া থমাছ দোমকেৰ সামাজিক মাধ্যমৰ এটা পোষ্ট শ্বেয়াৰ কৰিছে। পোষ্টত সমগ্ৰ বিশ্বত ভাৰতৰ সবাতোকৈ দ্রুত বিকাশশীল কম্পিউটাৰ প্ৰগ্ৰেম বিকাশকক ভূয়সী প্রশংসা কৰিছে আৰু প্ৰযুক্তি ক্ষেত্ৰৰ অগ্ৰণী হিচাপে দেশৰ নিৰন্তৰ উত্থানৰ কথা উল্লেখ কৰিছে। শ্রীদোমকে কৈছে যে, ভাৰতৰ বিকাশকসকলে দ্রুত গতিত আগবাঢ়িছে আৰু কৃত্রিম বুদ্ধিমত্তাক গুৰুত্বপূৰ্ণ আহিলা হিচাপে ...