July 26, 2025 8:51 PM
16
মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। দেশখনৰ ৰাজধানী মলত আয়োজন কৰা স্বাধীনতা দিৱস অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশখনৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুজোক দেশখনৰ সামৰিক বাহিনীয়ে ২১ জাই গুলী ফুটোৱাৰ লগতে গার্ড অব অনাৰ সন্মান প্ৰদৰ্শন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মালদ্বীপৰ মিলিটাৰী বাহিনীয়ে অংশ লোৱা আকর্ষণীয় পেতে দেশখনৰ সেনাবাহিনীৰ একতা, অনুশাসন আৰু শক্তি প্রতিফলিত হৈছে। স্বাধীনতা দিৱস অনুষ্ঠান...