May 14, 2024 6:28 PM
13
বাৰানসী সমষ্টিৰ পৰা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মনোনয়ন-পত্ৰ দাখিল
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বাৰানসী সমষ্টিৰ পৰা মনোনয়ন-পত্ৰ দাখিল কৰিছে। লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত এই সমষ্টিটোৰ বাবে ভোটগ্ৰহণ কৰা হ'ব আৰু এই পৰ্যায়ৰ বাবে আজি হৈছে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন। আজি পুৱা শ্ৰী মোদীয়ে পৱিত্ৰ গংগাত স্নান কৰি কাশীৰ কালভৈৰৱ মন্দিৰত পূজা-অৰ্চনা কৰি আশীৰ্বাদ লোৱাৰ পাছত তেওঁৰ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, দলৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং আৰু হৰদীপ সিং পুৰীকে ধৰি মিত্ৰজোঁটৰ চন্দ্ৰবাবু নাই...