April 8, 2025 9:29 PM

views 11

ভাৰত-ইউ এ ই সর্বাত্মক কৌশলগত সহযোগিতা আগুৱাই নিয়াৰ ক্ষেত্ৰত ডুবায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ডুবাইৰ যুৱৰাজ তথা সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ, ইউ এ ইৰ উপ-প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী শ্বেখ হমদান বিন মহম্মদ অল মকটুমক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে ভাৰত-ইউ এ ই সর্বাত্মক কৌশলগত সহযোগিতা আগুৱাই নিয়াৰ ক্ষেত্ৰত ডুবাইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয়, যে যুৱৰাজগৰাকীৰ এই বিশেষ ভ্রমণে ভাৰত আৰু ইউ এ ইৰ মাজৰ ঘনিষ্ঠ মিত্ৰতাক প্রতিফলিত কৰিছে আৰু ভৱিষ্যতে অধিক শক্তিশালী সমন্বয়ৰ পথ প্ৰশস্ত কৰিছে। ইয়াৰ পূৰ্বে অভ্য...