October 18, 2024 8:37 PM October 18, 2024 8:37 PM

views 7

এন ডি এৰ নেতাসকলৰ বৈঠকক সম্বোধন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সুচল শাসন, দ্রুত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া আৰু শাসনৰ স্বচ্ছতাই এন ডি এ শাসিত ৰাজ্যসমূহক বিনিয়োগকাৰী আৰু বিনিয়োগ আকৰ্ষিত কৰাত সহায় কৰিছে। চণ্ডীগড়ত কালি এন ডি এৰ নেতাসকলৰ বৈঠকক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে এন ডি এ চৰকাৰে জনসাধাৰণৰ বৰ্ধিত আশা-আকাংক্ষা পূৰণ কৰি আহিছে আৰু সমাজৰ শেষৰজন ব্যক্তিক সেৱা প্ৰদান এন ডি এ চৰকাৰৰ বৈশিষ্ট্য। এই বৈশিষ্ট্যই ২০১৪ চনৰেপৰা চৰকাৰৰ প্ৰতি আস্থা গঢ়ি তোলাত সহায় কৰিছে বুলি প্ৰধানমন্ত্ৰী মো...