November 23, 2025 7:49 PM

views 31

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জোহান্সবার্গত দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচাক সাক্ষাৎ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি জোহান্সবার্গত অনুষ্ঠিত জি-২০ সন্মিলনৰ সুযোগতে দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচাক সাক্ষাৎ কৰে। প্রধানমন্ত্রী মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দক্ষিণ আফ্রিকাই লোৱা প্ৰচেষ্টাৰ শলাগ লয়। দুয়োগৰাকী নেতাই উভয় ৰাষ্ট্ৰৰ মাজৰ সম্বন্ধৰ ভেটি স্বৰূপ ঐতিহাসিক সম্পৰ্কৰ বিষয়ে স্মৰণ কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰৰ বিষয়েও পর্যালোচনা কৰে। গোলকীয় দক্ষিণৰ কণ্ঠ শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে একেলগে কাম ...