July 27, 2025 11:13 AM July 27, 2025 11:13 AM

views 5

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মালদ্বীপ ভ্রমণ ফলপ্রসূ বুলি অভিহিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মালদ্বীপ ভ্রমণ ফলপ্রসূ বুলি অভিহিত কৰিছে। মালদ্বীপে স্বাধীনতা লাভ কৰাৰ ৬০ বছৰ উদযাপন অনুষ্ঠানত তেওঁ সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে, এনে উদযাপনত অংশগ্ৰহণ কৰা শ্ৰী মোদীয়ে হৈছে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্রী। মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজুৱে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক আদৰণি জনোৱাৰ লগতে তেওঁৰ এই ভ্রমণে দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পর্কই ভৱিষ্যতে নতুন ৰূপ ল'ব বুলি আশা প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতি মুইজুৱে দেশখনলৈ প...