November 9, 2024 10:59 AM

views 7

মহাৰাষ্ট্ৰৰ আকোলা আৰু নন্দেড়ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সভা

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে জনসাধাৰণৰ মন আকৰ্ষণ কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যতে নির্বাচনী সভাত অংশ লোৱা পৰিলক্ষিত হৈছে। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ আকোলা আৰু নন্দেড়ত নিৰ্বাচনী সভাক সম্বোধন কৰিব। ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভাৰ বাবে ২০ নৱেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ৮১ জনীয়া ঝাৰখণ্ড বিধানসভাৰ বাবে ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ৰাজ্যখনত প্ৰথম প...