December 22, 2024 6:44 PM

views 16

ভাৰতীয় ক্রিকেট তাৰকা ৰবিচন্দ্ৰন অশ্বিনলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবেগিক পত্ৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ অৱসৰ গ্ৰহণ কৰা ভাৰতীয় ক্রিকেট তাৰকা ৰবিচন্দ্ৰন অশ্বিনলৈ এখন আবেগিক পত্ৰ প্ৰেৰণ কৰি তেওঁক ধন্যবাদ জনাইছে। দেশৰ আগশাৰীৰ অফ স্পিনাৰগৰাকীয়ে যোৱা ১৮ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত বিগত সময়ছোৱাত তেওঁ ক্ৰিকেট আৰু দেশলৈ আগবঢ়াই অহা দৃষ্টান্তমূলক বৰঙণিৰ বাবে প্রধানমন্ত্ৰী মোদীয়ে খেলুৱৈগৰাকীৰ শলাগ লয়। উল্লেখযোগ্য যে সম্প্রতি চলি থকা বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মাজভাগতেই খেলুৱৈগৰাকীয়ে আকষ্মিকভাৱে কৰা অৱসৰ গ্ৰহণৰ ঘ...