October 30, 2024 8:20 PM

views 16

গুজৰাটত কেইবাটাও উন্নয়ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিয়লি গুজৰাটৰ একতা নগৰত কেইবাটাও আন্তঃগাঁথনি আৰু উন্নয়ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পৰ্যটকৰ সুবিধা আৰু যাত্ৰা সুগম কৰি তোলাৰ লগতে এলেকাটোত বহনক্ষমতা প্ৰচেষ্টাৰ প্ৰতি সহায় আগবঢ়োৱাৰ উদ্দেশ্যে এই প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। শ্রীমোদীয়ে সম্প্ৰতি আৰম্ভ পাঠ্যক্ৰমৰ ষষ্ঠ পৰ্যায়ত ৯৯ সংখ্যক উমৈহতীয়া প্ৰাৰম্ভিক পাঠ্যক্ৰমৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক সম্বোধন কৰিছে। এই পাঠ্যক্ৰমৰ অধীনত ভাৰতীয় অসামৰিক সেৱাৰ ১৬ টা আৰু ভূটানৰ অসামৰিক সেৱাৰ ৩ টা শাখাৰ মুঠ ...