December 22, 2024 11:17 AM
21
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটত উপস্থিত
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কুৱেইটত দেশখনৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হ'ব। এই বৈঠকৰ পূর্বে প্রধানমন্ত্রী মোদীক দেশখনৰ বায়ান পেলেচত হ'বলগীয়া এটা বিশেষ অনুষ্ঠানত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব। ইয়াৰ পাছত তেওঁ কুৱেটৰ আমিৰ আৰু দেশখনৰ যুৱৰাজৰ সৈতে পৃথক বৈঠকত মিলিত হ'ব। তেওঁ লগতে দেশখনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্রী কালি দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটত উপস্থিত হয়। উল্লেখযোগ্য যে, বিগত ৪৩ বছৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম কুৱেইট ভ্রমণ। কুৱেইটৰ আমিৰৰ...